ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ওলোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ওলোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো কিতাপ আদি ছপা কৰি অনা

ಉದಾಹರಣೆ : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

ಸಮಾನಾರ್ಥಕ : প্রকাশিত হোৱা

ಅರ್ಥ : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

ಉದಾಹರಣೆ : সূর্য পূৱত দিশত ওলায়

ಸಮಾನಾರ್ಥಕ : উদিত হোৱা, উদয় হোৱা

ಅರ್ಥ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ কংগ্রেছৰ পৰা ওলাল

ಸಮಾನಾರ್ಥಕ : পৃথক হোৱা

ಅರ್ಥ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ಉದಾಹರಣೆ : তেওঁৰ ৰহস্য খুলিল

ಸಮಾನಾರ್ಥಕ : খোলা, ফাদিল হোৱা

ಅರ್ಥ : এৰি দিয়া

ಉದಾಹರಣೆ : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

ಸಮಾನಾರ್ಥಕ : মুক্ত হোৱা

ಅರ್ಥ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

ಉದಾಹರಣೆ : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

ಸಮಾನಾರ್ಥಕ : গুচি যোৱা

ಅರ್ಥ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

ಉದಾಹರಣೆ : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

ಅರ್ಥ : উৎপন্ন হোৱা

ಉದಾಹರಣೆ : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

ಸಮಾನಾರ್ಥಕ : গজা

ಅರ್ಥ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

ಉದಾಹರಣೆ : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

ಅರ್ಥ : প্রচলিত হোৱা

ಉದಾಹರಣೆ : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

ಅರ್ಥ : অনায়াসে উচ্চাৰিত হোৱা

ಉದಾಹರಣೆ : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

ಅರ್ಥ : অন্য কোনোফালে বাঢ়ি থকা

ಉದಾಹರಣೆ : এই মেজখনৰ কোণাটো অলপ ওলাইছে

ಅರ್ಥ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

ಉದಾಹರಣೆ : গংগা গংগোত্রীৰ পৰা ওলাইছে

ಸಮಾನಾರ್ಥಕ : নি্র্গত ্হোৱা

ಅರ್ಥ : বাহিৰলৈ অহা

ಉದಾಹರಣೆ : সাপটো বিলৰ পৰা ওলাইছে

ಸಮಾನಾರ್ಥಕ : নির্গত হোৱা, বাহিৰলৈ অহা