ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ওলোমাই থোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ওলোমাই থোৱা   ক্ৰিয়া

ಅರ್ಥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য

ಉದಾಹರಣೆ : সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে

ಸಮಾನಾರ್ಥಕ : লগোৱা

ಅರ್ಥ : কাম সম্পূর্ণ ্কৰাত পলম কৰা কার্য

ಉದಾಹರಣೆ : নিশ্চয় ্তেওঁৱেই মোৰ কামটো ওলোমাই থৈছে

ಅರ್ಥ : তলৰ পৰা কোনো ওখ স্থানত এনে ধৰণে লগোৱা যাতে যথাস্থানত লাগি ধৰে বা অন্যফালে সকলো অংশ তলত পৰি ৰয়

ಉದಾಹರಣೆ : শ্যামে কুৰ্তাটো খুটিটোত আঁৰিলে

ಸಮಾನಾರ್ಥಕ : অঁৰা, আঁৰি থোৱা, ওলোমোৱা