ಅರ್ಥ : ওপৰত থকা কোনো বস্তৰ কোনো অংশক তললৈ আধাৰহীন ভাৱে ৰখা কার্য
ಉದಾಹರಣೆ :
শ্যামে ছাদৰ পৰা এডাল ৰচী ওলমাই আছে
ಸಮಾನಾರ್ಥಕ : ওলমাই দিয়া
ಅರ್ಥ : কোনো কাম আধৰুৱা হৈ থকা বা ৰোৱা
ಉದಾಹರಣೆ :
আপোনাৰ কাৰণে মোৰ কামটো ওলমি আছে