ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
ಉದಾಹರಣೆ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
ಸಮಾನಾರ್ಥಕ : উচিছষ্ট, পৰিত্যক্ত
ಅರ್ಥ : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
ಉದಾಹರಣೆ : এৰেহা খাদ্য খাব নালাগে
ಸಮಾನಾರ್ಥಕ : উচ্ছিষ্ট, চুৱা, জোঠা
ಸ್ಥಾಪನೆ