ಅರ್ಥ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
ಉದಾಹರಣೆ :
তেওঁ ্মোক মেলাতে এৰিলে
ಸಮಾನಾರ್ಥಕ : এৰি দিয়া
ಅರ್ಥ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
ಉದಾಹರಣೆ :
ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
ಅರ್ಥ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
ಉದಾಹರಣೆ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
ಸಮಾನಾರ್ಥಕ : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
ಅರ್ಥ : ধ্যান নিদিয়া বা গণনা নকৰা
ಉದಾಹರಣೆ :
বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
ಸಮಾನಾರ್ಥಕ : বাদ দিয়া
ಅರ್ಥ : ওলাই যোৱা বা দলি মাৰি পঠোৱা
ಉದಾಹರಣೆ :
ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে