ಅರ್ಥ : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
ಉದಾಹರಣೆ :
পাইলটে উৰাজাহাজ উৰায়
ಅರ್ಥ : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
ಉದಾಹರಣೆ :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
ಸಮಾನಾರ್ಥಕ : উৰাই দিয়া
ಅರ್ಥ : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
ಉದಾಹರಣೆ :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়