ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ಸಮಾನಾರ್ಥಕ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
ಅರ್ಥ : আতুৰ হোৱা অৱস্থা
ಉದಾಹರಣೆ : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
ಸಮಾನಾರ್ಥಕ : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
ಅರ್ಥ : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
ಉದಾಹರಣೆ : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
ಸಮಾನಾರ್ಥಕ : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
ಸ್ಥಾಪನೆ