ಅರ್ಥ : ওলটা-পোলোটা কৰা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
হনুমানে লংকাত ওলট-পালট লগাই দিলে
ಸಮಾನಾರ್ಥಕ : ওলট-পালট
ಅರ್ಥ : যিটো এফালৰ পৰা আনফাললৈ নিয়া হৈছে অথবা যিটো যেনেকুৱা হোৱা উচিত তেনেধৰণৰ নোহোৱা এক অৱস্থা
ಉದಾಹರಣೆ :
তেওঁ ্উল্টা-সিধা কথা কৈ আমাক মূর্খ সাজিছে
ಸಮಾನಾರ್ಥಕ : উলট-পালট, উল্টা-পাল্টা, উল্টা-সিধা