ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উলিওৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উলিওৱা   ক্ৰিয়া

ಅರ್ಥ : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা

ಉದಾಹರಣೆ : তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে

ಅರ್ಥ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ಉದಾಹರಣೆ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

ಸಮಾನಾರ್ಥಕ : কঢ়া, বঢ়া

ಅರ್ಥ : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা

ಉದಾಹರಣೆ : কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে

ಸಮಾನಾರ್ಥಕ : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া

ಅರ್ಥ : কথা আদিৰ আৰম্ভ কৰা

ಉದಾಹರಣೆ : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে

ಸಮಾನಾರ್ಥಕ : আৰম্ভ কৰা

ಅರ್ಥ : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা

ಉದಾಹರಣೆ : মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে

ಸಮಾನಾರ್ಥಕ : বাহিৰ কৰা

ಅರ್ಥ : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য

ಉದಾಹರಣೆ : চৰকাৰে নতুন ডাক টিকট উলিয়ালে

ಅರ್ಥ : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য

ಉದಾಹರಣೆ : নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে

ಅರ್ಥ : লৈ যোৱা

ಉದಾಹರಣೆ : বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে

ಅರ್ಥ : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা

ಉದಾಹರಣೆ : টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে

ಸಮಾನಾರ್ಥಕ : আৱিষ্কৃত কৰা

ಅರ್ಥ : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা

ಉದಾಹರಣೆ : তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে

ಅರ್ಥ : বাহিৰ কৰা

ಉದಾಹರಣೆ : তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে

ಅರ್ಥ : বিচাৰি সন্মুখত ৰখা কার্য

ಉದಾಹರಣೆ : পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে

ಸಮಾನಾರ್ಥಕ : হস্তগত কৰা

ಅರ್ಥ : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ

ಉದಾಹರಣೆ : এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল

ಸಮಾನಾರ್ಥಕ : আৱিষ্কাৰ কৰা