ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উপসভাপতি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উপসভাপতি   বিশেষ্য

ಅರ್ಥ : কোনো সংস্থাৰ সভাপতিৰ পিছতে থকা পদাধিকাৰী আৰু যি সভাপতিৰ অনুপস্থিতিত ্ তেওঁৰ সকলো কাম চম্ভালে

ಉದಾಹರಣೆ : পণ্ডিত ৰমাশংকৰদেৱ এই সংস্থাটোৰ উপ সভাপতি

ಸಮಾನಾರ್ಥಕ : উপ সভাপতি, উপ-সভাপতি

ಅರ್ಥ : সভাপতিৰ অনুপস্থিতিত সভাপতিৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে থকা বিশেষ বিষয়া বা সভাপতিতকৈ সৰু অথচ মন্ত্রীতকৈ ডাঙৰ বিষয়া

ಉದಾಹರಣೆ : সভাপতিৰ অনুপস্থিতত ্তেওঁৰ সকলো কার্য উপসভাপতিয়ে কৰে

ಸಮಾನಾರ್ಥಕ : উপ-সভাপতি, ভাইচ প্রেচিডেণ্ট