ಅರ್ಥ : দুটা বস্তুৰ মাজত প্রভেদ থকাৰ পিছতো সমান বুলি দর্শোৱা সাহিত্যৰ এবিধ অলংকাৰ
ಉದಾಹರಣೆ :
চন্দ্রৰ নিচিনা মুখ-ত উপমা অলংকাৰ আছে
ಸಮಾನಾರ್ಥಕ : উপমা অলংকাৰ, উপমালংকাৰ
ಅರ್ಥ : কোনো বস্তু, কাম বা গুণৰ আন বস্তু, কাম বা গুণৰ সৈতে একে বুলি কোৱা কার্য
ಉದಾಹರಣೆ :
ধুনীয়া মহিলাক চন্দ্রৰ উপমা দিয়া হয়