ಅರ್ಥ : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য
ಉದಾಹರಣೆ :
ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি
ಸಮಾನಾರ್ಥಕ : পোৱা
ಅರ್ಥ : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা
ಉದಾಹರಣೆ :
অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি
ಸಮಾನಾರ್ಥಕ : পোৱা
ಅರ್ಥ : অভিপ্রায় বা আশয় বুজি পোৱা
ಉದಾಹರಣೆ :
মই অতি কষ্ট কৰিহে এই কথালৈকে আহি উপনীত হৈছোঁ