ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
ಉದಾಹರಣೆ : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
ಸಮಾನಾರ್ಥಕ : উৎকোচ
ಅರ್ಥ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
ಉದಾಹರಣೆ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
ಸಮಾನಾರ್ಥಕ : পাৰিতোষিক, ভেটি
ಅರ್ಥ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
ಉದಾಹರಣೆ : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়
ಸ್ಥಾಪನೆ