ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অনাচ্ছাদিত, অনাবৃত, উদং, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ಅರ್ಥ : ঢাকি নৰখা বা আৱৰি নৰখা
ಉದಾಹರಣೆ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ಸಮಾನಾರ್ಥಕ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ಸ್ಥಾಪನೆ