ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
ಉದಾಹರಣೆ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
ಸಮಾನಾರ್ಥಕ : উদ্যমী
ಅರ್ಥ : প্রয়াস বা উদ্যম থকা ব্যক্তি
ಉದಾಹರಣೆ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
ಅರ್ಥ : কোনো কামত উদ্যম লৈ লাগি থকা
ಉದಾಹರಣೆ : মোৰ মা এগৰাকী উদ্যোগী মহিলা
ಸಮಾನಾರ್ಥಕ : উদ্যমী, কাজী
ಅರ್ಥ : প্রয়াস বা চেষ্টা কৰোঁতাজন
ಉದಾಹರಣೆ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
ಸಮಾನಾರ್ಥಕ : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
ಸ್ಥಾಪನೆ