ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উদ্যমী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উদ্যমী   বিশেষ্য

ಅರ್ಥ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি

ಉದಾಹರಣೆ : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল

ಸಮಾನಾರ್ಥಕ : উদ্যোগী

ಅರ್ಥ : পৰিশ্রম কৰা ব্যক্তি

ಉದಾಹರಣೆ : পৰিশ্রমীয়ে নিশ্চয় সফলতা লাভ কৰিব

ಸಮಾನಾರ್ಥಕ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী

ಅರ್ಥ : প্রয়াস বা উদ্যম থকা ব্যক্তি

ಉದಾಹರಣೆ : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়

ಸಮಾನಾರ್ಥಕ : উদ্যোগী

উদ্যমী   বিশেষণ

ಅರ್ಥ : কোনো কামত উদ্যম লৈ লাগি থকা

ಉದಾಹರಣೆ : মোৰ মা এগৰাকী উদ্যোগী মহিলা

ಸಮಾನಾರ್ಥಕ : উদ্যোগী, কাজী

ಅರ್ಥ : যʼত উদ্যম আছে বা উদ্যমেৰে ভৰি থকা

ಉದಾಹರಣೆ : তেওঁ উদ্যমী ভাষণ দিলে

ಸಮಾನಾರ್ಥಕ : উদ্যমপূর্ণ

ಅರ್ಥ : যিজনে পৰিশ্রম কৰে:পৰিশ্রমী লোক সদায় সফল হয়

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অধ্যৱসায়ী, পুৰুষার্থী, পৰিশ্রমী, ্ কর্মঠ

ಅರ್ಥ : প্রয়াস বা চেষ্টা কৰোঁতাজন

ಉದಾಹರಣೆ : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়

ಸಮಾನಾರ್ಥಕ : উদ্যোগী, চেষ্টাশীল, প্রয়াসশীল

ಅರ್ಥ : যিটো উৎসাহেৰে ভৰি আছে

ಉದಾಹರಣೆ : উদ্যমী ব্যক্তিয়ে যিকোনো কাম উৎসাহেৰে কৰিব পাৰে

ಸಮಾನಾರ್ಥಕ : উদ্যমপূর্ণ, উৎসাহী, ্উৎসাহপূর্ণ