ಅರ್ಥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ಉದಾಹರಣೆ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ಸಮಾನಾರ್ಥಕ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে