ಅರ್ಥ : যিজন বহল হৃদয়ৰ
ಉದಾಹರಣೆ :
উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল
ಸಮಾನಾರ್ಥಕ : উদাৰ, উদাৰচেতীয়া, দিলদাৰ
ಅರ್ಥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ಉದಾಹರಣೆ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ಸಮಾನಾರ್ಥಕ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে