ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রমাণ বা সাক্ষীহিচাপে লোৱা লেখা আদিৰ কোনো অংশ
ಉದಾಹರಣೆ : এই উদাহৰণটো ৰামচৰিত মানসৰ পৰা লোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : উপমা, দৃষ্টান্ত
ಅರ್ಥ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
ಉದಾಹರಣೆ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
ಸಮಾನಾರ್ಥಕ : আর্হি, দৃষ্টান্ত, নজিৰ, নমুনা, নিদ্্র্শন
ಅರ್ಥ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
ಉದಾಹರಣೆ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
ಸಮಾನಾರ್ಥಕ : দৃষ্টান্ত, নমুনা
ಸ್ಥಾಪನೆ