ಅರ್ಥ : উত্তৰ দিশত পৰা প্রদেশ বা ৰাজ্য
ಉದಾಹರಣೆ :
মহেশ উত্তৰৰ বাসিন্দা
ಅರ್ಥ : কোনো প্রশ্ন বা কথা শুনি তাৰ সমাধানৰ কাৰণে কোৱা কথা
ಉದಾಹರಣೆ :
আপুনি মোৰ প্রশ্নৰ উত্তৰ দিয়া নাই
ಸಮಾನಾರ್ಥಕ : জবাব
ಅರ್ಥ : দক্ষিণ দিশৰ সন্মুখৰফালৰ দিশ:ভাৰতৰ উত্তৰ দিশত হিমালয় পর্বত প্রহৰীৰদৰে থিয় দি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : উত্তৰ দিশ
ಅರ್ಥ : শূন্যৰ পৰা তিনিশ ষাঠি ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ಉದಾಹರಣೆ :
উত্তৰ সদায় উত্তৰ দিশৰ ফালেই থাকে