ಅರ್ಥ : উৰিষ্যাৰ অধিবাসী
ಉದಾಹರಣೆ :
এই ছাত্রাৱাসটোত কেৱল উড়িয়াহে থাকিব পাৰিব
ಅರ್ಥ : যি লিপিত উড়িয়া ভাষা লিখা হয়
ಉದಾಹರಣೆ :
লʼৰাটোৱে মন্দিৰৰ ওপৰত উড়িয়াত লিখি থোৱা কথাখিনি পঢ়িবলৈ চেষ্টা চলায় আছে
ಸಮಾನಾರ್ಥಕ : উড়িয়া লিপি