ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ উঠোৱা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

উঠোৱা   ক্ৰিয়া

ಅರ್ಥ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

ಉದಾಹರಣೆ : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

ಅರ್ಥ : কিছু সময় ওপৰলৈ ধৰি থকা

ಉದಾಹರಣೆ : তেওঁ ্বোজাটো মূৰত উঠালে

ಅರ್ಥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

ಉದಾಹರಣೆ : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া

ಅರ್ಥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ಉದಾಹರಣೆ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ಸಮಾನಾರ್ಥಕ : গঁথ্া, বনোৱা, সজা, সাজি থকা

ಅರ್ಥ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

ಉದಾಹರಣೆ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

ಸಮಾನಾರ್ಥಕ : জগোৱা

ಅರ್ಥ : ঘৰ বা দেৱাল আদি বনোৱা

ಉದಾಹರಣೆ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ಸಮಾನಾರ್ಥಕ : বনোৱা, সজা

ಅರ್ಥ : (সংগীত) স্বৰ তীব্র কৰা

ಉದಾಹರಣೆ : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

ಸಮಾನಾರ್ಥಕ : তোলা

ಅರ್ಥ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

ಉದಾಹರಣೆ : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

ಅರ್ಥ : স্থান ত্যাগ কৰা

ಉದಾಹರಣೆ : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

ಅರ್ಥ : কাৰোবাক অধিক গুৰুত্ব দিয়া

ಉದಾಹರಣೆ : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

ಅರ್ಥ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

ಉದಾಹರಣೆ : দেউতাই মোক ঝুলনাত উঠালে

ಅರ್ಥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

ಉದಾಹರಣೆ : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

ಸಮಾನಾರ್ಥಕ : বহুওৱা

ಅರ್ಥ : তলৰ পৰা ওপৰলৈ অনা কার্য

ಉದಾಹರಣೆ : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

ಸಮಾನಾರ್ಥಕ : উঠা

ಅರ್ಥ : উঠিবলৈ প্ৰবৃত্ত কৰা

ಉದಾಹರಣೆ : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

ಸಮಾನಾರ್ಥಕ : উঠাই দিয়া

ಅರ್ಥ : বহী, কাগজ আদিত লিখা

ಉದಾಹರಣೆ : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

ಸಮಾನಾರ್ಥಕ : উঠাই থোৱা