ಅರ್ಥ : প্রথা বন্ধ কৰা কার্য
ಉದಾಹರಣೆ :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
ಸಮಾನಾರ್ಥಕ : নিষিদ্ধ কৰা, বন্ধ কৰা
ಅರ್ಥ : উঠিবলৈ প্ৰবৃত্ত কৰা
ಉದಾಹರಣೆ :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
ಸಮಾನಾರ್ಥಕ : উঠোৱা
ಅರ್ಥ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
ಉದಾಹರಣೆ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
ಸಮಾನಾರ್ಥಕ : উঠোৱা