ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সমূলি নষ্ট কৰা কার্য ্বা শিপাৰে সৈতে উঘলা কার্য
ಉದಾಹರಣೆ : মালীয়ে বাগিছাৰ অদৰকাৰী উদ্ভিদবোৰ উচ্ছেদ কৰি আছে
ಸಮಾನಾರ್ಥಕ : উচ্ছেদন, উৎখাত, সমুচ্ছেদ, সমুচ্ছেদন
ಅರ್ಥ : কোনো বস্তুৰ অস্তিত্বৰ সমাপ্তি
ಉದಾಹರಣೆ : বিনাশৰ সময়ত বুদ্ধি লোপ পায়
ಸಮಾನಾರ್ಥಕ : ক্ষয়, নিপাত, বিলোপ, লোপ
ಸ್ಥಾಪನೆ