ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ভিতৰত একো নথকা বা যি অপূর্ণ
ಉದಾಹರಣೆ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
ಸಮಾನಾರ್ಥಕ : উদং, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত
ಅರ್ಥ : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই
ಉದಾಹರಣೆ : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে
ಸಮಾನಾರ್ಥಕ : চাদা
ಅರ್ಥ : ৰং বিহীন
ಉದಾಹರಣೆ : বিধবাসকলে বগা কাপোৰ পিন্ধে
ಸ್ಥಾಪನೆ