ಅರ್ಥ : দ্বেষ বা বৈৰী ভাব নথকা অৱস্থা
ಉದಾಹರಣೆ :
যি সমাজত দ্বেষশূন্যতা আছে, সেই সমাজ বিকাশৰ পথত অগ্রসৰ হয়
ಸಮಾನಾರ್ಥಕ : অবিদ্বেষ, ঈর্ষাশূন্যতা, দ্বেষশূন্যতা, বিদ্বেষাভাব, বিদ্বেষাভাৱ
ಅರ್ಥ : ঈর্ষাহীন হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
ঈর্ষাহীনতাৰে সমাজত শান্তি আৰু সদ্ভাৱনা প্রতিষ্ঠা কৰিব পাৰি
ಸಮಾನಾರ್ಥಕ : অনসূয়া, দ্বেষহীনতা