ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ইতি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ইতি   বিশেষ্য

ಅರ್ಥ : সমাপ্ত হোৱাৰ ভাব বা কার্য

ಉದಾಹರಣೆ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

ಸಮಾನಾರ್ಥಕ : অন্ত, অৱধি, অৱসান, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং

ಅರ್ಥ : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ

ಉದಾಹರಣೆ : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব

ಸಮಾನಾರ್ಥಕ : অন্ত, উপসংহাৰ, শেষ, সমাপ্তি

ಅರ್ಥ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা

ಉದಾಹರಣೆ : কলিযুগত অন্ত নিশ্চিত

ಸಮಾನಾರ್ಥಕ : অন্ত, অৱসান, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সমাপ্তি, সাং