ಅರ್ಥ : বিজুলী, খনিজ তেল, কয়লা আদিৰে বেলেগ বেলেগ সা-সৰঞ্জাম পৰিচালিত কৰা যতন বিশেষ
ಉದಾಹರಣೆ :
ইঞ্জিনৰ বিজুতিৰ বাবে উৰাজাহাজখনে অৱতৰণ কৰিব লগা হʼল
ಸಮಾನಾರ್ಥಕ : কল, চলন যন্ত্র, মেচিন, যন্ত্র
ಅರ್ಥ : দবাৰ আগফালে সংযোগ কৰি ৰেলগাড়ীক টানি লৈ যোৱা গাড়ী
ಉದಾಹರಣೆ :
ৰেলগাড়ীত ইঞ্জিন লগাই আছে
ಸಮಾನಾರ್ಥಕ : চালক যন্ত্র, চালকযন্ত্র