ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ইচ্ছাৰে পূর্ণ ্বা যাৰ বহুত ইচ্ছা আছে
ಉದಾಹರಣೆ : পৌৰাণিক যুগত ইচ্ছুক অসুৰে নিজৰ ইচ্ছাপূৰণৰ কাৰণে ভগৱান শিৱৰ আৰাধনা কৰিছিল
ಸಮಾನಾರ್ಥಕ : অভিলাষী, আকাংক্ষী, আকাংঙ্খী
ಅರ್ಥ : যি কোনো বস্তু আদি পাবলৈ ইচ্ছা কৰে
ಉದಾಹರಣೆ : ৰাম এই কিতাপখন লʼবৰ কাৰণে ইচ্ছুক
ಸಮಾನಾರ್ಥಕ : অভিলাষী, আকাংক্ষী
ಸ್ಥಾಪನೆ