ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আৰম্ভণি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আৰম্ভণি   বিশেষ্য

ಅರ್ಥ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ

ಉದಾಹರಣೆ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়

ಸಮಾನಾರ್ಥಕ : আদি, আৰম্ভ, প্রাৰম্ভ, শুভাৰম্ভ

ಅರ್ಥ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য

ಉದಾಹರಣೆ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ

ಸಮಾನಾರ್ಥಕ : আৰম্ভ, আৰম্ভণ, উপক্রম, ছৰু, প্রাৰম্ভ, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত

ಅರ್ಥ : * প্রস্তাৱনা, পৰিচয় আদিৰ প্রাৰম্ভিক ভাগ

ಉದಾಹರಣೆ : আৰম্ভণিত মূল বিষয়ৰ ্বর্ণন আছে

ಅರ್ಥ : * দবা খেলৰ আৰম্ভণিতে গুটিবোৰ চলাৰ এটা স্বীকৃত ক্রম

ಉದಾಹರಣೆ : আৰম্ভণিৰ পিছত দবা খেলুৱৈ সকলে বহুত ভাবি-চিন্তি গুটি চলাবলৈ ধৰিলে

ಸಮಾನಾರ್ಥಕ : অʼপেনিং, চেচৰ অʼপেনিং