ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জনসাধাৰণৰ জীৱন আৰু সামগ্রীৰ ৰক্ষাৰ কাৰণে থকা বিভাগ, দল বা সংস্থা
ಉದಾಹರಣೆ : তেওঁক ধৰিবৰ কাৰণে পুলিচ আহিছে
ಸಮಾನಾರ್ಥಕ : আৰক্ষী বাহিনী, আৰক্ষী-বাহিনী, পুলিচ
ಅರ್ಥ : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া
ಉದಾಹರಣೆ : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে
ಸಮಾನಾರ್ಥಕ : চিপাহী, পুলিচ
ಸ್ಥಾಪನೆ