ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আয়োজন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আয়োজন   বিশেষ্য

ಅರ್ಥ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ಉದಾಹರಣೆ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

ಸಮಾನಾರ್ಥಕ : ব্যৱস্থা

ಅರ್ಥ : ব্যৱস্থা কৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত

ಸಮಾನಾರ್ಥಕ : ব্যৱস্থাপনা, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা

ಅರ್ಥ : কোনো কামৰ কাৰণে প্রথমৰে পৰা কৰা ব্যৱস্থা

ಉದಾಹರಣೆ : কৃষি মন্ত্রালয়ে এখন কৃষি-মেলাৰ আয়োজন কৰিছে

ಸಮಾನಾರ್ಥಕ : বন্দৱস্ত, যা-যোগাৰ, যো-জা

ಅರ್ಥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : বন্দৱস্ত, ব্যৱস্থা, ব্যৱস্থাপনা