ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ಉದಾಹರಣೆ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
ಸಮಾನಾರ್ಥಕ : প্রতীতি, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
ಅರ್ಥ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ಉದಾಹರಣೆ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ಅರ್ಥ : ঈশ্বৰ, ধর্ম ্বা ডাঙৰ লোকৰ প্রতি আদৰপূর্ণ ্বা পূজ্য ভাব প্রকাশ কোনো ভাল কাম
ಉದಾಹರಣೆ : ভগৱানৰ প্রতি মনত শ্রদ্ধা থকা উচিত
ಸಮಾನಾರ್ಥಕ : আদৰভাব, নিষ্ঠা, শ্রদ্ধা
ಸ್ಥಾಪನೆ