ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ಉದಾಹರಣೆ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : আলয়, মন্দিৰ
ಅರ್ಥ : সাধু-সন্তৰ নিবাস স্থল
ಉದಾಹರಣೆ : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
ಸಮಾನಾರ್ಥಕ : মঠ
ಅರ್ಥ : ঋষি বা মুনি থকা ঠাই:বনবাসত থাকোতে শ্রীৰামে পঞ্চৱতীত নিজৰ আশ্রম পাতিছিল
ಉದಾಹರಣೆ :
ಸ್ಥಾಪನೆ