ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
ಉದಾಹರಣೆ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
ಸಮಾನಾರ್ಥಕ : অদ্ভুত কাম, অবাক, আচৰিত, চমক, চমৎকাৰ, তবধ, বিস্ময়
ಅರ್ಥ : যি বিশেষ লক্ষণযুক্ত
ಉದಾಹರಣೆ : মৎস্যকন্যা এক অসাধাৰণ জীৱ
ಸಮಾನಾರ್ಥಕ : অত্যাশ্চার্য, অদ্ভূত, অপূর্ব, অভিনৱ, অভূতপূর্ব, অসাধাৰণ, আজব, আজৱ, চমকপ্রদ, বিচিত্র, বিস্ময়াবহ, ্ আশ্চর্যজনক
ಸ್ಥಾಪನೆ