ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
ಉದಾಹರಣೆ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
ಸಮಾನಾರ್ಥಕ : আশ্রম, মন্দিৰ
ಅರ್ಥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ಉದಾಹರಣೆ : এই ঘৰটোত পাঁচটা কোঠা আছে
ಸಮಾನಾರ್ಥಕ : আবাসস্থান, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়, হাউলি
ಸ್ಥಾಪನೆ