ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আলোচনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আলোচনা   বিশেষ্য

ಅರ್ಥ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা

ಉದಾಹರಣೆ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে

ಸಮಾನಾರ್ಥಕ : আলোচনা-বিলোচনা, টীকা-টিপ্পনী, মন্তব্য

ಅರ್ಥ : ভালদৰে চোৱাচিতা কৰি কোনো সাহিত্যকৃতিৰ গুণ আৰু দোষবোৰৰ বিবেচনাৰে লিখা নিৱন্ধ

ಉದಾಹರಣೆ : শিক্ষয়িত্রী গৰাকীয়ে নাটকৰ সমালোচনা লিখিবলৈ কʼলে

ಸಮಾನಾರ್ಥಕ : সমালোচনা

ಅರ್ಥ : কোনো কথাৰ বিচাৰ বা বিবেচনা কৰা

ಉದಾಹರಣೆ : সন্মিলনত নিবনুৱা সমস্যাৰ সন্দর্ভত চিন্তা-চর্চা কৰি থকা হৈছে

ಸಮಾನಾರ್ಥಕ : আলোচনা-বিলোচনা, চিন্তা-চর্চা, বিচাৰ-বিবেচনা

ಅರ್ಥ : কোনো বিষয়ত কৰা কথা-বার্তা

ಉದಾಹರಣೆ : তাত ্যৌতুক প্রথা সন্দর্ভত মিটিং কৰি আছে

ಸಮಾನಾರ್ಥಕ : চর্চা, পৰি্চর্চা, মিটিং