ಅರ್ಥ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ಉದಾಹರಣೆ :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
ಸಮಾನಾರ್ಥಕ : প্রকাশিত
ಅರ್ಥ : পোহৰেৰে ভৰি থকা
ಉದಾಹರಣೆ :
এই কোঠাটো আলোকিত
ಸಮಾನಾರ್ಥಕ : আলোকপূর্ণ, আলোকময়, আলোকোজ্জ্বল, আলোময়, জ্যোতিষ্মান, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত
ಅರ್ಥ : চিকমিকাই থকা
ಉದಾಹರಣೆ :
মঞ্চত বহি থকা মহাত্মাদেৱৰ উজ্জ্বল চেহেৰাই সকলোকে আকর্ষিত কৰিছিল
ಸಮಾನಾರ್ಥಕ : উজ্জ্বল, কান্তিযুক্ত, দীপ্তিযুক্ত, প্রোজ্জ্বল, সমুজ্জ্বল