ಅರ್ಥ : আবেদন বা প্রার্থন্া কৰা লোক
ಉದಾಹರಣೆ :
সকলো প্রার্থীৰ আবেদন-পত্র গৃহিত নহয়
ಸಮಾನಾರ್ಥಕ : আবেদন-কর্তা, আবেদনকাৰী, নিবেদক, প্রার্থন্া-কর্তা, প্রার্থী
ಅರ್ಥ : যিজনে আবেদন কৰিছে
ಉದಾಹರಣೆ :
এই পদটোৰ কাৰণে ছয় হাজাৰ আবেদকে আবেদন-পত্র দাখিল কৰিছে
ಸಮಾನಾರ್ಥಕ : আবেদন কর্তা
ಅರ್ಥ : যি আবেদন কৰিছে
ಉದಾಹರಣೆ :
প্রৱন্ধকে আবেদকসকলক আজি সাক্ষাৎকাৰৰ কাৰণে মাতিছে
ಸಮಾನಾರ್ಥಕ : আবেদন কর্তা