ಅರ್ಥ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
ಉದಾಹರಣೆ :
ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : বিৰোধ
ಅರ್ಥ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য
ಉದಾಹರಣೆ :
মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে
ಸಮಾನಾರ್ಥಕ : অভিযোগ, ওজৰ, ওজৰ-আপত্তি