ಅರ್ಥ : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ಉದಾಹರಣೆ :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
ಸಮಾನಾರ್ಥಕ : সংগ্রহ কৰা
ಅರ್ಥ : মানুহৰ পৰা ধন বা আৰু কোনো বস্তু লৈ একগোট কৰা
ಉದಾಹರಣೆ :
জমিদাৰে মানুহৰ পৰা কৰ আদায় কৰিছিল
ಅರ್ಥ : আনৰ পৰা নিজৰ ধন বা বস্তু লোৱা
ಉದಾಹರಣೆ :
মহাজনে বন্ধকীয়াৰ পৰা দুগুণ আদায় কৰিলে