ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আত্মীয় ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আত্মীয়   বিশেষ্য

ಅರ್ಥ : নিজ কুলৰ লোক

ಉದಾಹರಣೆ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়

ಸಮಾನಾರ್ಥಕ : কুটুম, কুটুম্ব, পৰিজন

ಅರ್ಥ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

ಉದಾಹರಣೆ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

ಸಮಾನಾರ್ಥಕ : আত্মীয়-স্বজন, আপোন

ಅರ್ಥ : একেখন ঘৰৰে মানুহ

ಉದಾಹರಣೆ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

ಸಮಾನಾರ್ಥಕ : ঘৰ, পৰিজন, পৰিবাৰ, পৰিয়াল

আত্মীয়   বিশেষণ

ಅರ್ಥ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ

ಉದಾಹರಣೆ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়

ಸಮಾನಾರ್ಥಕ : নিজৰ

ಅರ್ಥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

ಉದಾಹರಣೆ : মনোহৰজী মোৰ আপোন খুৰা

ಸಮಾನಾರ್ಥಕ : আপোন, পৰিজন, স্বজন