ಅರ್ಥ : কোনোৱে নিজে লিখা জীৱনচৰিত্র
ಉದಾಹರಣೆ :
গান্ধীজীৰ আত্মজীৱনী পঢ়ি মই বহুত প্রভাৱিত হৈছিলোঁ
ಸಮಾನಾರ್ಥಕ : আত্মগাঁথা আত্মচৰিত্র, আত্মজীৱনী
ಅರ್ಥ : নিজৰ বিষয়ে নিজে কোৱা কথা
ಉದಾಹರಣೆ :
মহাত্মা গান্ধীৰ আত্মকথা শুনি ্তেওঁৰ শিষ্যসকল প্রভাৱিত হʼল
ಸಮಾನಾರ್ಥಕ : আত্মকথন