ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
ಸಮಾನಾರ್ಥಕ : স্থানীয়
ಅರ್ಥ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ಉದಾಹರಣೆ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
ಸಮಾನಾರ್ಥಕ : থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল, স্থানীয়
ಅರ್ಥ : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
ಉದಾಹರಣೆ : আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : ক্ষেত্রীয়
ಸ್ಥಾಪನೆ