ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
ಉದಾಹರಣೆ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা, অনুমতি, আদেশ
ಅರ್ಥ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ಉದಾಹರಣೆ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
ಅರ್ಥ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ಉದಾಹರಣೆ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
ಸಮಾನಾರ್ಥಕ : অনুজ্ঞা, আদেশ, হুকুম
ಸ್ಥಾಪನೆ