ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : লুকাই থকা বা ঢাকি থোৱা
ಉದಾಹರಣೆ : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
ಸಮಾನಾರ್ಥಕ : আবৃত, প্রচ্ছন্ন
ಅರ್ಥ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
ಉದಾಹರಣೆ : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
ಸಮಾನಾರ್ಥಕ : আচ্ছন্ন, আবৃত, ঢকা-, প্রচ্ছন্ন, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ಸ್ಥಾಪನೆ