ಅರ್ಥ : মচলা সানি তেলত বা এনেই কিছুদিন ৰাখি টেঙেচীয়া কৰা ফল বা পাচলি
ಉದಾಹರಣೆ :
মই আম আৰু নেমুৰ আচাৰ ভাল পাওঁ
ಅರ್ಥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ಉದಾಹರಣೆ :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ಸಮಾನಾರ್ಥಕ : আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র