ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ আঘাত ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

আঘাত   বিশেষ্য

ಅರ್ಥ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব

ಉದಾಹರಣೆ : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে

ಸಮಾನಾರ್ಥಕ : দুখ

ಅರ್ಥ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ

ಉದಾಹರಣೆ : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে

ಅರ್ಥ : মৰা কার্য

ಉದಾಹರಣೆ : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল

ಸಮಾನಾರ್ಥಕ : পিতন, প্রহাৰ, মাৰ

ಅರ್ಥ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়

ಉದಾಹರಣೆ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে

ಸಮಾನಾರ್ಥಕ : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ