ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সঠিক বা উপযুক্ত নোহোৱা সময়
ಉದಾಹರಣೆ : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল
ಸಮಾನಾರ್ಥಕ : দুঃসময়
ಅರ್ಥ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
ಉದಾಹರಣೆ : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
ಸಮಾನಾರ್ಥಕ : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
ಅರ್ಥ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
ಉದಾಹರಣೆ : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
ಸಮಾನಾರ್ಥಕ : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
ಸ್ಥಾಪನೆ