ಅರ್ಥ : কোনো কথা মনত ৰাখিবৰ কাৰণে বাৰে-বাৰে কোৱা বা পঢ়া
ಉದಾಹರಣೆ :
লʼৰা-ছোৱালীবোৰে নেওঁ্তা আওৰাই আছে
ಅರ್ಥ : কোনো কথা বা কাম দ্বিতীয় বাৰ কোৱা বা কৰা
ಉದಾಹರಣೆ :
আমাৰ শিক্ষাগুৰুৱে কঠিন পাঠবোৰৰ সদায় পুনৰাবৃত্তি কৰে
ಸಮಾನಾರ್ಥಕ : দোহৰা, পুনৰাবৃত্তি কৰা